poetry 1


দুপৰ নিশাৰ ইলিজি


মমৰ ঢিমা পোহৰ বিয়পি আছে কোঠাটোত
কলমেৰে নিগৰি আহে হুমনিয়াহবোৰ...
বিষাক্ত হুমনিয়াহবোৰে হত্যা কৰে হেঁপাহবোৰ,আশাবোৰ
দুচকুৰে নামি আহে হতাশাৰ ঢল...
হৃদয়ৰ এচুকত পুতি থঁও আত্মগ্লানিবোৰ
অশেষ চেষ্টা কঁৰো নিজকে সান্তনা দিবলৈ
মমৰ পোহৰে আঁতৰাব নোৱাৰা এন্ধাৰবোৰে
শিহৰিত কৰি তোলে মোক………

Comments

Post a Comment